← ফুৰি যাওক

উত্থান

utthāna

অৰ্থ

1.

উঠা কাৰ্য্য; যেনে-"গাত্ৰোত্থান"

getting up

বি.

2.

উন্নতি; শ্ৰীবৱদ্ধি; যেনে-"ৰাজ্যৰ উত্থান আৰু পতন"

rise; advancement

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ