← ফুৰি যাওক

শিলাস্তম্ভ

xi.las.thom.bho

অৰ্থ

1.

কাৰোবাৰ বা কিহবাৰ স্মৃতি ৰক্ষাৰ্থে থিয় কৰা শিলৰ ওখ গাঁথনি

A stone erection, erected in memories of somebody or something.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিলাস্তম্ভ · অসমীয়া অভিধান