← ফুৰি যাওক

আত্মৰক্ষামূলক

at.mo.ro.khya.mu.lok

অৰ্থ

1.

কাৰোবাক বা কিহবাক আক্ৰমণৰ পৰা ৰক্ষা কৰা কিন্তু নিজে প্ৰথমে আক্ৰমণ নকৰা (নীতি, কৌশল)৷

protective or protecting somebody/something against an attack

বিশেষণীয় বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আত্মৰক্ষামূলক · অসমীয়া অভিধান