← ফুৰি যাওক

উত্তৰোত্তৰ

uttarottara

অৰ্থ

1.

লাহে লাহে; ক্ৰমাৎ; ক্ৰমশঃ; বাঢ়ি বাঢ়ি; যেনে-"পূৰ্ব্বপ্ৰীতি উত্তৰোত্তৰ বৱদ্ধি হ'ব"

gradually; progressively

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উত্তৰোত্তৰ · অসমীয়া অভিধান