উত্তৰী
uttarī
অৰ্থ
1.
ব্ৰাহ্মণৰ বাহিৰে আন জাতিৰ কোনো কোনো মানুহে পিন্ধা লগুণ বা যজ্ঞ-সূত্ৰ; কেইবাডালো সূতা লগাই সোঁ কান্ধৰপৰা বাওঁ হাতৰ তলেদি নতুবা ডিঙিত ওলোমাই পিন্ধা জৰী
a sacred thread worn by people of some castes other than the Brāhmans
বি.
2.
শৰাধ, পূজা আদি কৰোঁতে লগুণৰ দিহেৰে লোবা কাপোৰ।
বি.
3.
চাদৰ
a wrapper
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ