← ফুৰি যাওক

অমৰাৱতী

o.mo.ra.bo.ti

অৰ্থ

1.

ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷

The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী৷ খ্ৰীঃ ২০০-৩০০ ৰ শতবাহনসকলৰ ৰাজধানী৷ বুদ্ধ ধৰ্মৰ কেন্দ্ৰ আছিল৷

New proposed capital of Andhra Pradesh. It was capital of Satabahans during 200-300BC. Amaravati is a village in Guntur district of the Indian state of Andhra Pradesh. It is located on the banks of Krishna River in Amaravati mandal of Guntur revenue division.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অমৰাৱতী · অসমীয়া অভিধান