← ফুৰি যাওক

উত্তৰায়ণান্ত-বৱত্ত

অৰ্থ

1.

বিষুব ৰেখাৰ 23 ½ ডিগ্ৰী উত্তৰে পৱথিবীৰ ওপৰত টনা কাল্পনিক বৱত্ত বা ঘূৰণীয়া ৰেখা [এই বৱত্তই সূৰ্য্যৰ উত্তৰায়ণ গতিৰ সীমা]; কৰ্কট-ক্ৰান্তি

the Tropic of Cancer

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উত্তৰায়ণান্ত-বৱত্ত · অসমীয়া অভিধান