উত্তৰায়ণ
uttarāẏaṇa
অৰ্থ
1.
সূৰ্য্যই উত্তৰফালে গতি কৰা কাল; দক্ষিণায়নৰ বিপৰীত গতি
the period of the sun's progress to the north of the equator; the summer solstice
বি.
2.
সূৰ্য্যৰ উত্তৰফালে গতি কৰা পথ
the path of the sun's progress to the north of the equator
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ