← ফুৰি যাওক

অনুমৰণ

o.nu.mo.ron

অৰ্থ

1.

মৃত স্বামীৰ সৈতে একে চিতাতে বৰণ কৰি লোৱা মৃত্যু ।

The former practice in Hinduism of a wife burning herself in the same funeral pyre with the body of her dead husband.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনুমৰণ · অসমীয়া অভিধান