← ফুৰি যাওক

উষ্মায়ন

us.ma.yon

অৰ্থ

1.

চৰাইয়ে কণীৰ ওপৰত পৰি তাপ দিয়া কাৰ্য ৷

The act of warming eggs in order to hatch them, as by a bird sitting upon a clutch of eggs in a nest.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উষ্মায়ন · অসমীয়া অভিধান