মূৰ্ত
mur.to
অৰ্থ
1.
শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷
embodied in flesh; having taken human form(of God, the devil etc).
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
ওজন থকা, ঠাই আগুৰা আৰু আমি চাব, চুব পৰা বস্তু৷
object that occupies space, has shape and weight which one can see and feel.
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ