উত্তৰপথ
uttarapatha
অৰ্থ
1.
উত্তৰফালে থকা তীৰ্থস্হান বা হিমালয়ৰ ওপৰত থকা স্বৰ্গলৈ যোবা পথ; যেনে-"কৱষ্ণপদ-পঙ্কজ হৱদয়ে কৰি স্হিৰ। ধৰিলা উত্তৰপথ ৰাজা যুধিষ্ঠিৰ" (কীৰ্ত্তন)।
বি.
2.
(গীতা) উত্তৰায়ণত মৰিলে যিটো পথ বা গতি লাভ হয়; মুক্তি-পথ; নিবৱত্তি-পথ; যেনে-"ঈশ্বৰক পাবে জানিবা তত্ত্ব। সৰ্ব্বদা প্ৰকাশে উত্তৰপথ" (মিশ্ৰ-গীতা)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ