← ফুৰি যাওক

উত্তৰ

uttara

অৰ্থ

1.

কোনো প্ৰশ্ন বা কথাৰ সম্পৰ্কে ঘূৰাই কোবা বক্তক্য; জবাব; প্ৰতিবচন

an answer; a reply; a retort; refutation

বি.

2.

সিদ্ধান্ত

decision

বি.

3.

অঙ্কৰ ফল

the result of a sum

বি.

4.

দক্ষিণৰ বিপৰীত বা সমূখৰ দিশ

the north

বি.

5.

বিৰাট ৰজাৰ পুত্ৰ

a son of the king of Virāta

বি.

6.

ভবিষ্যৎ; পাছৰ; যেনে-"জ্ঞান- প্ৰাপ্তিৰ উত্তৰ-কালৰ কৰ্ম্মক অনাৰদ্ধ বুলি সি টোণৰ শৰ সম নচলয়" (ক. গী.)

subsequent

বিণ.

7.

অধিক; যেনে-"অষ্টোত্তৰশতনাম।"

বি.

8.

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ; যেনে-"তেওঁ উত্তৰলৈ উঠি গ'ল"

north of the Brahmaputra

বি.

9.

সেবাৰ অৰ্থে দিয়া; যেনে-"দেবোত্তৰ"।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উত্তৰ · অসমীয়া অভিধান