ৱেবছাইট
web.sa.it
অৰ্থ
1.
ৱৰ্ল্ড ৱাইদ ৱেবত থকা বহুতো পৃষ্ঠাত এক সমষ্টি, যাক এটা গোট হিচাপে গণ্য কৰা হয়; সাধাৰণতে এজন ব্যক্তি বা সংস্থাই চলায় আৰু এটা বা পৰষ্পৰ সম্পৰ্কিত বহুতো বিষয়ৰ সৈতে জড়িত হয়।
a connected group of pages on the World Wide Web regarded as a single entity, usually maintained by one person or organization and devoted to one single topic or several closely related topics.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ