উত্তম
uttama
অৰ্থ
1.
সবাতকৈ ভাল; শ্ৰেষ্ঠ; বিশিষ্ট
best; excellent; superior
বিণ.
2.
শ্ৰেষ্ঠ লোক
superior personage
বি.
3.
ধ্ৰুবৰ সতীয়া ভায়েক; উত্তানপাদ ৰজাৰ পুতেক
a step-brother of Dhruva
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ