← ফুৰি যাওক

উতোভন

utobhana

অৰ্থ

1.

উৎসাহ লগাই দিয়া; যেনে -"উতোভন বচন শুনিল বাপেকৰ। হৰিষ-বদন ভৈল অক্ষ কুমাৰৰ" (মা. ক. সুন্দৰাকাণ্ড)

encouraging

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উতোভন · অসমীয়া অভিধান