উতাৰ্
utār
অৰ্থ
1.
পাৰ হ বা কৰ্; যেনে-"কাল-কল্মষ- খোৰ-পয়োধি উতাৰ" (ভটিমা)।
2.
দূৰ কৰ্; স্হানান্তৰ কৰ্; নমা; যেনে-"কৰু লীলা ক্ষিতি-ভাৰ উতাৰি"। (ভটিমা)।
3.
অতিক্ৰম কৰ্; পৰাস্ত কৰ্; যেনে-"নানা বন্ধ ধৰলহি বহু মাল। সব উতাৰিয়ে তাসু কিয়ে কাল" (ভটিমা)
to overcome
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ