উতলা
অৰ্থ
1.
তাপ দি বা তপত কৰি বুৰবুৰণি কঢ়া
to boil
সক. ধা.
2.
উচটা; মন বঢ়াই দি
to incite
সক. ধা.
3.
উতলি থকা; অতিশয় তপত
boiling
বিণ.
4.
চঞ্চল; ব্যগ্ৰ
fickle; restless
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
তাপ দি বা তপত কৰি বুৰবুৰণি কঢ়া
to boil
সক. ধা.
উচটা; মন বঢ়াই দি
to incite
সক. ধা.
উতলি থকা; অতিশয় তপত
boiling
বিণ.
চঞ্চল; ব্যগ্ৰ
fickle; restless
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ