উতল
utala
অৰ্থ
1.
তাপ পাই অলপ ওফন্দি বুৰবুৰণি কঢ়া অবস্হা (পনীয়া বস্ত্তত)
boiling; ebulition
বি.
2.
তাপ পাই অলপ ওফন্দি বুৰবুৰণি কাঢ়্ (তৰল বস্ত্ত)
to boil
অক. ধা.
3.
চঞ্চল হ; উত্তেজিত হ; যেনে-"স্ত্ৰীৰ উতলে অতি চিত্ত লোভ পাই" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ