উতনুবা
utanubā
অৰ্থ
1.
অস্হিৰ; পাতল; উদ্ধত; ডেও-পৰা; মন-পাতল; আগ-পাছ নেচাই কাম কৰা
rash; excitable; unsteady
বিণ.
2.
কুমটিৰ নিচিনাকৈ মাটিৰ তলে তলে হাল বাই যোবা এবিধ এন্দুৰ জাতিৰ জন্ত্ত
a mole
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ