← ফুৰি যাওক

বগা হাতী

bo.ga ha.ti

অৰ্থ

1.

অযথা খৰচ বঢ়োৱা বস্তু ।

A thing that is useless and no longer needed ,although it may have cost a lot of money.

বস্তুবাচক বিশেষ্য

2.

এবিধ দূষ্প্ৰাপ্য হাতী৷ সুকীয়া প্ৰজাতি নহয়৷ এলবিনো প্ৰজাতিৰ৷ দক্ষিণ এচিয়াত পোৱা যায়৷

A rare kind of elephant, but not a distinct species. Although often depicted as snow white, their skin is normally a soft reddish-brown, turning a light pink when wet. They have fair eyelashes and toenails.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ