উত্-
ut-
অৰ্থ
1.
ওপৰ; যেনে-"উল্লঙ্ঘন"
above; on; upon
অব্য.
2.
অতিশয়; বেছি; যেনে-"উন্মত্ত"
very much
অব্য.
3.
নথকা; যেনে-"উচ্ছৱঙ্খল"
devoid of
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ut-
ওপৰ; যেনে-"উল্লঙ্ঘন"
above; on; upon
অব্য.
অতিশয়; বেছি; যেনে-"উন্মত্ত"
very much
অব্য.
নথকা; যেনে-"উচ্ছৱঙ্খল"
devoid of
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ