← ফুৰি যাওক

উৰা

urā

অৰ্থ

1.

উড়াই নি; আকাশেদি লৈ যা

to fly; to cause to fly

সক. ধা.

সমাৰ্থক শব্দ

2.

নষ্ট কৰ্; নাইকিয়া কৰ্

to cause to disappear; to waste

সক. ধা.

সমাৰ্থক শব্দ

3.

তুচ্ছজ্ঞান কৰ্; অমান্য কৰ্; যেনে -"মোৰ কথা সি উড়াই দিলে"

to disregard

সক. ধা.

সমাৰ্থক শব্দ

4.

উড়ি ওহা; কোবা-মেলা কৰা; প্ৰমাণ নোহোবা; যেনে-"উড়া বাতৰি"

বিণ.

সমাৰ্থক শব্দ

5.

উড়া কাৰ্য্য; উড়ন; যেনে-"জাহাজ উড়া চাবলৈ যাওঁ"

act of flying

বি.

সমাৰ্থক শব্দ

6.

"উড়া" চোবাঁ।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উৰা · অসমীয়া অভিধান