ক্লীৱতা
kli.bo.ta
অৰ্থ
1.
পুৰুষ-শক্তি নথকা বা দুৰ্বল আৰু সঙ্গমৰ বাবে অক্ষম অৱস্থা ৷
the quality of lacking strength or power; being weak and feeble and inability (usually of the male ) to copulate.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
পুৰুষ আৰু মহিলা দুয়োটাৰে লক্ষণ থকা ব্যক্তি৷ ই এনে দৈহিক লক্ষণকো বুজাব পাৰে যাৰ কাৰণে এজন ব্যক্তিক প্ৰচলিত ধাৰণামতে পুৰুষ বা মহিলা হিচাপে চিহ্নীত কৰিব নোৱাৰি৷
Androgyny is the combination of masculine and feminine characteristics. It can also refer to biological characteristics that do not allow an individual to be distinctly identified as male or female in conventional terms.
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ