← ফুৰি যাওক

উঠি-ৰজা

uṭhi-rajā

অৰ্থ

1.

পাটত উঠা আচল ৰজা

de facto king

বি.

2.

পৰৰ ওপৰত বৰকৈ প্ৰভুত্ব চলাব খোজা মানুহ

one with overbearing temperament; domineering person

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উঠি-ৰজা · অসমীয়া অভিধান