← ফুৰি যাওক

ইষ্টদেৱতা

is.to.de.bo.ta

অৰ্থ

1.

উপাসনা কৰিবৰ কাৰণে নিজে প্ৰছন্দ কৰি লোৱা দেৱতা ৷

the god of one's choice for worship. a tutelary divinity.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

(অসমলৈ অহাৰ সময়ত)আহোম সকলৰ ইষ্টদেৱতা৷

the tutelary deity of the Ahoms (when they migrated to Assam)

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইষ্টদেৱতা · অসমীয়া অভিধান