← ফুৰি যাওক

নিগনি খুঁটি

ni.go.ni khu~.ti

অৰ্থ

1.

তাঁতশালত গৰকা ধৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা দুফেৰেঙনীয়া বাঁহৰ খুঁটি ।

a pole for keeping the treadles of a loom in position.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিগনি খুঁটি · অসমীয়া অভিধান