← ফুৰি যাওক

মান্ধাতাযুগীয়া

man.dha.ta.ju.gi.ya

অৰ্থ

1.

বুৰঞ্জীৰ বা জনস্মৃতিৰো আগৰ কালৰ, বহু পুৰণি ৷

long past; beyond the limits of memory or tradition or recorded history.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মান্ধাতাযুগীয়া · অসমীয়া অভিধান