উঠন
uṭhana
অৰ্থ
1.
উঠা কাৰ্য্য
the act of rising or mounting
বি.
2.
কন্যা-কাল হোবা; দশ-ডাঙৰ হোবা; ঊঢ়ন
grown up; having attained puberty
বিণ.
3.
ধৰ্ম্মৰ কথা আনতকৈ বেছিকৈ বুজা; যেনে-"উঠন ভকত"
advanced in spiritual knowledge
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ