← ফুৰি যাওকউঠঙ্গাuṭhaṅgāঅৰ্থ1.অলপ ওখ; অলপ দাং খোবাslightly prominent or protrudingবিণ.সমাৰ্থক শব্দউঠঙা · uṭhaṅā2.উচটা; মিছা প্ৰশংসা কৰি ডাঙৰ কৰ্to flatter; to inciteসক. ধা.সমাৰ্থক শব্দউঠঙা · uṭhaṅāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ