← ফুৰি যাওক

উঠ্

uṭh

অৰ্থ

1.

থিয় হ; গা তোল্; গা দাং

to stand up

অক. ধা.

2.

আৰোহণ কৰ্

to mount; climb

অক. ধা.

3.

উন্নতি কৰ্; বাঢ়্; বৱদ্ধি হ

to prosper; to rise; to increase

অক. ধা.

4.

নাইকিয়া হ; লুপ্ত হ; নষ্ট হ; যেনে-"এই ঘৰ মানুহৰ ভেটি উঠিল"

to be extinct or destroyed

অক. ধা.

5.

উদয় হ; ওলা; বাহিৰ হ; যেনে-"বেলি উঠিল; উজান উঠিছে; ৰণৰ কথা উঠিছে

to rise; come out

অক. ধা.

6.

এঠাইৰপৰা আন ঠাইলৈ যা; ঘৰ লৰা

to migrate

অক. ধা.

7.

শত্ৰুভাবে প্ৰস্ত্তত হ; যেনে-"ইংৰাজৰ বিৰুদ্ধে জাপান উঠিছে"

to rise against

অক. ধা.

8.

উদ্ধাৰ হ; যেনে-"সি পুনৰ জাতত উঠিল; নিৰায়ৰপৰা উঠিল"

to regain former position or condition

অক. ধা.

9.

উৎপন্ন হ; যেনে-"তাৰ জ্ৰৰ উঠিছে; আঞ্জাখনৰ জুতি মুঠিল"

to come into existence; to be produced

অক. ধা.

10.

কন্যা-কাল হ; যেনে "উঠি থকা ছোবালী"

to attain puberty

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উঠ্ · অসমীয়া অভিধান