← ফুৰি যাওক

ফলীয়া তুঁহ

pho.li.ya tu~h

অৰ্থ

1.

ধানৰ পৰা চাউল উলিওৱাৰ পিছত ৰৈ যোৱা ধানৰ বাকলিৰ ডাঙৰ গুৰি

The remaining bigger pieces of husk after the grain has been recovered

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফলীয়া তুঁহ · অসমীয়া অভিধান