← ফুৰি যাওক

যুদ্ধ কৰ্

jud.dho kor

অৰ্থ

1.

সাহস আৰু সংকল্পৰে যুদ্ধ কৰা, শত্ৰুক পৰাস্ত কৰিবলৈ সম্ভাব্য সকলো কৌশল প্ৰয়োগ কৰা৷

To contend with in battle; to war against; as, they fought the enemy in two pitched battles; to engage in combat.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুদ্ধ কৰ্ · অসমীয়া অভিধান