← ফুৰি যাওক

তামুলী-চ’ৰা

ta.mu.li so’’.ra

অৰ্থ

1.

আলহী অভ্যৰ্থনাৰ কাৰণে ব্যৱহাৰ কৰা ঘৰৰ সমুখৰ কোঠা।

a front room used to entertain guests.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তামুলী-চ’ৰা · অসমীয়া অভিধান