← ফুৰি যাওক

উজ্জ্বলিত

অৰ্থ

1.

প্ৰকাশিত; পোহৰ পোবা; জিলিকা

lighted

বিণ.

2.

দীপ্ত; পোহৰ দিয়া

illuminious; shining

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উজ্জ্বলিত · অসমীয়া অভিধান