← ফুৰি যাওক

গুৰি গাখীৰ

gu.ri ga.khir

অৰ্থ

1.

পাউদাৰৰ ৰূপত শুকান গাখীৰ; গাখীৰ শুকুৱাই পাউদাৰৰ ৰূপত প্ৰস্তুত কৰা৷

dried milk in the form of white powder.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গুৰি গাখীৰ · অসমীয়া অভিধান