← ফুৰি যাওক

সুশিক্ষিত কৰ

xu.xik.khit kor

অৰ্থ

1.

আদিম অৱস্থাৰ পৰা উন্নত অৱস্থালৈ আনি সভ্য কৰা৷

To admit as suitable to a civilized state; to educate; to refine.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ