উজু
uju
অৰ্থ
1.
কোমল; সৰল; ঢিলা; সহজে বুজিব পৰা
easy
বিণ.
2.
মুছলমানৰ নামাজৰ মন্ত্ৰ মাতি হাত-ভৰি আদি ধোবা কাৰ্য্য।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ