← ফুৰি যাওক

অক্সিজেন

ok.si.gen

অৰ্থ

1.

স্বাভাৱিক উষ্ণতাত গেছীয় অৱস্থাত থকা এক ৰাসায়নিক পদাৰ্থ ৷ পৃথিৱীৰ বায়ুমণ্ডলৰ ২১ শতাংশ এই গেছেৰে গঠিত আৰু ই সকলো জীৱ জীয়াই থকাৰ বাবে অপৰিহাৰ্য্য ৷

a chemical element in gaseous form in room temperature. 21% of Earth's atmosphere is composed of this gas and the key to survival of life forms

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ