← ফুৰি যাওক

অমীমাংসিত

o.mi.mang.xi.to

অৰ্থ

1.

কোনো সিদ্ধান্তলৈ নহা ৷

Not having reached a decision.

প্ৰকৃত বিশেষণ

2.

কোনো খেলৰ হাৰ-জিতৰ সিদ্ধান্ত নোহোৱাকৈ সমাপ্ত হোৱা অৱস্থা

a situation in which each team in a game has equal points and neither side wins

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অমীমাংসিত · অসমীয়া অভিধান