অভিজিৎ
o.bhi.jit
অৰ্থ
1.
কোনো ক্ৰীড়া বা প্ৰতিযোগিতাত বিজয়ী হোৱা ব্যক্তি বা দল
the party or person who won a game or competition
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
বীণা তাৰকা মণ্ডলত থকা এটা উজ্জ্বল নক্ষত্ৰ ৷ ২৭টা নক্ষত্ৰ এটা ৷
A bright star in Lyrae constallation
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ