← ফুৰি যাওক

উজাৰ্

ujār

অৰ্থ

1.

জিলিক্; যেনে-"নব ঘন খণ্ড জৈচে বিজুলী উঝাৰ" (বৰগীত)।

সমাৰ্থক শব্দ

2.

জোঙা বস্ত্তৰে খুঁচি তলৰ্ মাটি ওপৰ কৰ্; খুঁচৰি দি; জোঁকাৰ্

to loosen with a pointed instrument; upturn; to shake

সক. ধা.

3.

গুণ বা বিশ্বাসী কথা উলিয়াই দি

to expose or make public

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ