← ফুৰি যাওক

উজাগৰ

ujāgara

অৰ্থ

1.

ৰাতি টৌপনি নোহোবাকৈ থকা অবস্হা; সাৰ পাই থকা অবস্হা

wakefulness

বি.

2.

জাগ্ৰত; সাৰে থকা; টোপনি নোযোবাকৈ থকা

wakeful

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ