← ফুৰি যাওক

কলামধুনা

ko.la.mo.dhu.na

অৰ্থ

1.

আঠীয়া কল-গছৰ আলু; ইয়াক পাতলকৈ চকলিয়াই আৰু ৰ`দত শুকুৱাই পুৰি কলাখাৰ তৈয়াৰ কৰে ।

The lower portion of the plantain shoot but above the root.It is used to make edible Alkali.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলামধুনা · অসমীয়া অভিধান