← ফুৰি যাওক

উজা

ujā

অৰ্থ

1.

সোঁতৰ বিপৰীত বা ওপৰ ফাললৈ যা

to go upstream

অক. ধা.

2.

উজনিৰ ঠাইলৈ; উজনিলৈ বা উজনিৰ ফাললৈ যা

to go up the country

অক. ধা.

3.

ঢাৰিপাটীৰ শিতানৰ ফালে মূৰ বঢ়া

to move towards the head of the bed

অক. ধা.

4.

ন পানী বা বাঢ়নী পানী পাই জাক পাতি ওলাই আহ্

to come out in shoals during flood as fishes

অক. ধা.

5.

ওপৰলৈ উঠ্ বা বিয়লি পৰ্; যেনে-"সাপৰ বিষ উজাই মূৰ পালেগৈ"

to move up or spread

অক. ধা.

6.

উজাই বা ওপৰলৈ নি; ওপৰলৈ নিশ্বাসেৰে টান্

to take up-stream; to breathe in

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উজা · অসমীয়া অভিধান