← ফুৰি যাওক

ষত্ববিধি

xo.two bi.dhi

অৰ্থ

1.

অসমীয়া শব্দৰ বানানত ঠাই ভেদে একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ লৈ বদলি হোৱাৰ নিয়মসমূহকে ষত্ববিধি বোলা হয়৷

the set of rules governing the change of 'স' to 'ষ' in the spelling of certain Assamese words.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ষত্ববিধি · অসমীয়া অভিধান