উজনীয়া
অৰ্থ
1.
উজনিত থকা
belonging to the upper part of the country
2.
সোঁতৰ বিপৰীত বা ওপৰ ফালে যোবা; যেনে-"উজনীয়া নাও"।
going up-stream
3.
উজান ধৰা; বাঢ়নী পানীৰ লগত উজাই বা ওলাই অহা (মাছ)
moving in a shoal in flood
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ