← ফুৰি যাওক

উজনি

ujani

অৰ্থ

1.

নৈৰ আগালি বা ওপৰ ফাল; সোঁতৰ বিপৰীত ফাল।

the upper part of a stream; up-stream

বি.

2.

নৈব আগালি বা ওপৰ ভাগৰ ওচৰত থকা ঠাই; দেশৰ ওপৰ অৰ্থাৎ পূব ফালে থকা ঠাই

the upper or eastern part of a country

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উজনি · অসমীয়া অভিধান