← ফুৰি যাওক

কলাগুৰু

ko.la.gu.ru

অৰ্থ

1.

শিল্পকলাৰ ওজা বা নতুন ধাৰা সৃষ্টি কৰোঁতা বা বহুমুখী প্ৰতিভাৰ ব্যক্তি ৷

a great practitioner of the arts.

জাতিবাচক বিশেষ্য

2.

বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ অধ্যক্ষ ৷

dean of the faculty of arts of a university.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলাগুৰু · অসমীয়া অভিধান