← ফুৰি যাওক

উজটিত নি

ujaṭita, ni

অৰ্থ

1.

উজটি মাৰি নি; ভৰিৰে খুন্দিয়াই পেলা

to kick off

2.

অতিশয় অবজ্ঞা কৰ্

to disregard

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উজটিত নি · অসমীয়া অভিধান